பொருள் : কেইবাটাও গুলী একেলগে চলাব পৰা এক ধৰণৰ মাৰণাস্ত্র
எடுத்துக்காட்டு :
নাথুৰামৰ ৰিভল্ভাৰৰ পৰা ওলোৱা গুলীয়েই গান্ধীজীৰ মৃত্যুৰ কাৰণে
ஒத்த சொற்கள் : ৰিভল্ভাৰ
பொருள் : বন্দুকৰ দৰে এবিধ সৰু অস্ত্র
எடுத்துக்காட்டு :
পুলিচে চোৰৰ হাতৰ পৰা এটা বিদেশী পিষ্টল উলিয়ালে
ஒத்த சொற்கள் : পিস্তল