பொருள் : যিজনে কোনো ৰাজ্য,সংস্থা আদিৰ প্রশাসন বা ব্যৱস্থাপনা কৰে
எடுத்துக்காட்டு :
শ্রীমতী ইন্দিৰা গান্ধী এগৰাকী দক্ষ প্রশাসক আছিল
பொருள் : যিয়ে অনুশাসন কৰে
எடுத்துக்காட்டு :
ৰাম এই সংস্থাটোৰ প্রশাসক পদত অধিস্থিত
ஒத்த சொற்கள் : অনুশাসক