பொருள் : কাগজ আদি ভালদৰে ৰাখিবৰ কাৰণে চাৰিওমূৰ মেৰিয়াই বনোৱা আৱৰণ বিশেষ
எடுத்துக்காட்டு :
ককাদেউতাই গুৰুত্বপূর্ণ নথি-পত্রবোৰ ফাইলত ৰাখে
பொருள் : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
எடுத்துக்காட்டு :
পিয়নজনে ফাইলটো লৈ গৈছে
ஒத்த சொற்கள் : নথি