பொருள் : নিজৰ স্থান, প্রতিজ্ঞা, সিদ্ধান্ত আদিৰ পৰা আঁতৰি অহা
எடுத்துக்காட்டு :
তেওঁ নিজৰ লক্ষ্যৰ পৰা বিচলিত
பொருள் : যি শান্ত নহয়
எடுத்துக்காட்டு :
চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
ஒத்த சொற்கள் : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল