பொருள் : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে
எடுத்துக்காட்டு :
ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে
ஒத்த சொற்கள் : মাজু
பொருள் : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা
எடுத்துக்காட்டு :
এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে
ஒத்த சொற்கள் : মধ্যমীয়া