பொருள் : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
எடுத்துக்காட்டு :
সাধুসকল মোহত নপৰে
ஒத்த சொற்கள் : মোহ
பொருள் : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
எடுத்துக்காட்டு :
শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়