பொருள் : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
எடுத்துக்காட்டு :
গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
ஒத்த சொற்கள் : তল
பொருள் : প্রবলতা, মাত্রা, গুণ আদিৰ ভিত্তিত এক স্থিতি
எடுத்துக்காட்டு :
প্রযুক্তিবিদ্যাৰ উন্নতি বিশ্ব স্তৰত বৰ বেগেৰে হৈ আছে