பொருள் : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
எடுத்துக்காட்டு :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
ஒத்த சொற்கள் : হুংকাৰ
பொருள் : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
எடுத்துக்காட்டு :
বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
ஒத்த சொற்கள் : গোজৰ