பொருள் : ৰঙা, গুলপীয়া বা বগা ৰঙৰ গুটি বা দানা থকা এবিধ গোলাকাৰ ফল
எடுத்துக்காட்டு :
ৰমেশে ডালিম খাই আছে
பொருள் : ভিতৰত বহুত গুটি থকা এবিধ সোৱাদযুক্ত ফল আৰু আৰু তাৰ গছ
எடுத்துக்காட்டு :
মালীজনে বাগিছাত ডালিম ৰুই আছে
ஒத்த சொற்கள் : ডালিম গছ