பொருள் : কোনো কাম বা ৰোজগাৰ আদিত অংশ থকা লোক
எடுத்துக்காட்டு :
এই ব্যৱসায়টো কৰিবলৈ মোক এজন অংশীদাৰৰ আৱশ্যক
ஒத்த சொற்கள் : অংশী, পার্ট্্নাৰ, ভগিয়াৰ, ভাগিদাৰ
பொருள் : কোনো অংশ বা খণ্ডৰ মালিক
எடுத்துக்காட்டு :
সোহন এই কোম্পানীটোৰ এজন অংশীদাৰ
ஒத்த சொற்கள் : অংশধাৰী