பொருள் : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি
எடுத்துக்காட்டு :
তেওঁ অকলশৰীয়া
பொருள் : অকলে হোৱা দশা বা ভাৱ
எடுத்துக்காட்டு :
মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে
ஒத்த சொற்கள் : শূন্যতা
பொருள் : নিজান ঠাইত থকা বা বসবাস কৰোতা
எடுத்துக்காட்டு :
অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
ஒத்த சொற்கள் : একাকিন
பொருள் : যাৰ লগত কোনো নাই বা নাথাকে
எடுத்துக்காட்டு :
তেওঁ অকলশৰীয়া জীৱন কটাই আছে
ஒத்த சொற்கள் : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ