பொருள் : কিহবাৰ আধাৰত অনুমান কৰা কার্য
எடுத்துக்காட்டு :
এই সংখ্যাবোৰৰ পুনৰ অনুমান কৰি হিচাপ উলিয়াব লাগিব
ஒத்த சொற்கள் : আন্দাজ
பொருள் : এনেকুৱা হʼব পাৰে বুলি নিজৰ মনৰ মাজতে বোধজন্মা এক ভাব
எடுத்துக்காட்டு :
কেতিয়াবা কেতিয়াবা অনুমান ভুলো হʼব পাৰে
ஒத்த சொற்கள் : আন্তাজ