பொருள் : যাৰ অপহৰণ কৰা হৈছে
எடுத்துக்காட்டு :
নিজৰ বুদ্ধিমত্তাৰ কাৰণে এজন অপহৃত শিশু অপহৰণকাৰীৰ কৱলৰ পৰা পলাই সাৰিল
பொருள் : কাঢ়ি নিয়া
எடுத்துக்காட்டு :
অপহৃত ধনৰ দ্বাৰা তুমি বেছিদিন সুখ নাপাবা
ஒத்த சொற்கள் : লুণ্ঠিত