பொருள் : জনা বা জ্ঞান হোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு :
মোৰ অভিজ্ঞতাৰ ফলতেই এই কামটো হʼল
ஒத்த சொற்கள் : বিজ্ঞতা
பொருள் : কঠিনতাৰে কৰা বহুত ভাল কাম
எடுத்துக்காட்டு :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
ஒத்த சொற்கள் : দক্ষতা