பொருள் : এবিধ আলতীয়া ধৰণৰ তৰল পদার্থ ্যাৰ সহায়ত কোনো বস্তু বেৰ আদিত লগোৱা হয়
எடுத்துக்காட்டு :
তেওঁ ্আঠাৰে নিজৰ ফাটিযোৱা কিতাপৰ পৃষ্ঠাবোৰ লগাই আছে
பொருள் : ঔষধি গছৰ ছাল আদিৰ পৰা ওলোৱা আঠাজাতীয় ৰস
எடுத்துக்காட்டு :
কাগজ আদি লগোৱা কামত আঠা ব্যৱহাৰ হয়
ஒத்த சொற்கள் : এঠা