பொருள் : আফগানৰ অধিবাসী
எடுத்துக்காட்டு :
বোমা বিস্ফোৰণত পঞ্চাশজন আফগানী আহত হৈছে
ஒத்த சொற்கள் : আফগান
பொருள் : আফগানিস্তানত চলা মুদ্রা
எடுத்துக்காட்டு :
পাঠানজনে আফগানীৰ সলনি টকা খুজিছিল
பொருள் : আফগানিস্তানত বাস কৰাসকল
எடுத்துக்காட்டு :
ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
ஒத்த சொற்கள் : আফগান
பொருள் : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
எடுத்துக்காட்டு :
আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল