பொருள் : যোগ আদিত শৰীৰৰ অৱয়বৰ বিশেষ ভংগিমা
எடுத்துக்காட்டு :
যোগ সাধনাৰ বাবে বহুতো প্রকাৰৰ আসন দেখুওৱা হৈছে
ஒத்த சொற்கள் : যোগাসন
பொருள் : যি বস্তুত বহিব পৰা যায়
எடுத்துக்காட்டு :
শিক্ষাগুৰুক স্বাগতম জনাবলৈ লʼৰা-ছোৱালীবোৰে নিজৰ নিজৰ আসন এৰি থিয় হৈ দিলে