பொருள் : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
எடுத்துக்காட்டு :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
ஒத்த சொற்கள் : ইংৰাজী, ইংৰাজী ভাষা
பொருள் : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
எடுத்துக்காட்டு :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
ஒத்த சொற்கள் : ইংৰাজী