பொருள் : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
எடுத்துக்காட்டு :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
ஒத்த சொற்கள் : ইংলিচ, ইংৰাজী ভাষা
பொருள் : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
எடுத்துக்காட்டு :
তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়
பொருள் : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
எடுத்துக்காட்டு :
আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
ஒத்த சொற்கள் : ইংলিচ
பொருள் : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ
எடுத்துக்காட்டு :
ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল