பொருள் : উৰিষ্যাৰ অধিবাসী
எடுத்துக்காட்டு :
এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
பொருள் : যি লিপিত উড়িয়া ভাষা লিখা হয়
எடுத்துக்காட்டு :
লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
ஒத்த சொற்கள் : উড়িয়া লিপি
பொருள் : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ
ஒத்த சொற்கள் : উৰিয়া
பொருள் : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ