பொருள் : কষ্ট বা বিপত্তি আদিৰ পৰা ৰক্ষা কৰা
எடுத்துக்காட்டு :
আমাৰ সকলোকে উদ্ধাৰ কৰিব পৰা একমাত্র ঈশ্বৰহে আছে
ஒத்த சொற்கள் : নিস্তাৰ
பொருள் : ঋণৰ পৰা মুক্তি
எடுத்துக்காட்டு :
মহাজনৰ ঋণৰ পৰা এই জনমত উদ্ধাৰ পাব নোৱাৰিম