பொருள் : পোক-পতঙ্গ আদি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য
எடுத்துக்காட்டு :
শস্যবোৰ পোক-পতঙ্গৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশক ছটিওৱা হৈছে
ஒத்த சொற்கள் : কীট-নাশক, কীট-নাশক দ্রব্য, কীটনাশক দ্রব্য
பொருள் : পোক-পতঙ্গ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্য বিশেষ
எடுத்துக்காட்டு :
খেতিয়কজনে পথাৰত কীটনাশক ঔষধ ছটিয়াই আছে
ஒத்த சொற்கள் : কীট-নাশক