பொருள் : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
எடுத்துக்காட்டு :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
ஒத்த சொற்கள் : কৰ মুক্ত
பொருள் : যʼত কৰ আৰোপ কৰা হোৱা নাই
எடுத்துக்காட்டு :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
ஒத்த சொற்கள் : কৰহীন