பொருள் : সৰু আৰু চুটি খুঁ্টা
எடுத்துக்காட்டு :
ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
பொருள் : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
எடுத்துக்காட்டு :
সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
ஒத்த சொற்கள் : নাও খুঁটি