பொருள் : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
எடுத்துக்காட்டு :
সেই সময়ত গুমটিটোত কোনো নাছিল
ஒத்த சொற்கள் : ঘুমটি
பொருள் : ঘেৰি বনোৱা এক প্রকাৰৰ সৰু দোকান ঘৰ
எடுத்துக்காட்டு :
তেওঁ নিতৌ চাহ খাবলৈ এই গুমটিলৈ আহে