பொருள் : বেৰ আদিৰে ঘেৰি থকা ঠাই
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
ஒத்த சொற்கள் : বেৰা
பொருள் : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
எடுத்துக்காட்டு :
খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
பொருள் : চাৰিওফালে ৰখা বা আগুৰি লোৱা
எடுத்துக்காட்டு :
শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
ஒத்த சொற்கள் : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা
பொருள் : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা
எடுத்துக்காட்டு :
গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে
ஒத்த சொற்கள் : ঘেৰি ধৰা