பொருள் : ঘুঁচিয়াই বা হাতৰ মুঠিৰে কৰা প্রহাৰ
எடுத்துக்காட்டு :
কেতিয়াবা কেতিয়াবা ঘোঁচাৰ আঘাততো প্রাণহানি হʼব পাৰে
பொருள் : কাৰোবাক মৰাৰ কাৰণে বান্ধি লোৱা মুঠি
எடுத்துக்காட்டு :
মোহনে সোহনক ঘোঁচাৰে প্রহাৰ কৰিলে
ஒத்த சொற்கள் : ঘোচা