பொருள் : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
எடுத்துக்காட்டு :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
ஒத்த சொற்கள் : চকা
பொருள் : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
எடுத்துக்காட்டு :
কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে