பொருள் : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
எடுத்துக்காட்டு :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
ஒத்த சொற்கள் : শক্তি
பொருள் : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
எடுத்துக்காட்டு :
বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়