பொருள் : শাসন সম্বন্ধীয়
எடுத்துக்காட்டு :
ধর্মঘটৰ ্কাৰণে সকলো চৰকাৰী কামকাজ স্থবিৰ হৈ পৰিছে
ஒத்த சொற்கள் : শাসকীয়
பொருள் : কার্যালয় সম্বন্ধীয় বা কার্যালয়ৰ
எடுத்துக்காட்டு :
মধ্যপ্রদেশৰ চৰকাৰী নথি-পত্রত হিন্দী ভাষা ব্যৱহাৰ কৰা হয়