பொருள் : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
எடுத்துக்காட்டு :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
ஒத்த சொற்கள் : চৰোৱা
பொருள் : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য
எடுத்துக்காட்டு :
গাইজনী পথাৰত চৰি আছে