பொருள் : কাঠ বা ধাতু আদিৰ সেই খণ্ড যাৰ ওপৰত কোনো আকৃতি আদি খোদিত কৰা হয় আৰু তাক অন্য কোনো বস্তুৰ ওপৰত ৰাখি হেঁচা দিলে খোদিত কৰা আকৃতিটো বহি যায়
எடுத்துக்காட்டு :
মজদুৰে ছাপাৰে কাপোৰৰ ওপৰত নানা ধৰণৰ ছাপ তৈয়াৰ কৰি আছে
ஒத்த சொற்கள் : ছপা