பொருள் : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
எடுத்துக்காட்டு :
মোৰ তপিনাত বিষ হৈছে
ஒத்த சொற்கள் : তপিনা
பொருள் : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
எடுத்துக்காட்டு :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
ஒத்த சொற்கள் : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
பொருள் : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
எடுத்துக்காட்டு :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
ஒத்த சொற்கள் : চলা