பொருள் : কোনো আধাৰৰ ওপৰত স্থিত হোৱা
எடுத்துக்காட்டு :
অনন্ত নাগৰ ফনাৰ ওপৰত পৃথিৱী বর্তি থকা বুলি মনা হয়
ஒத்த சொற்கள் : বর্তি থকা
பொருள் : কাৰোবাৰ সহায়ত ৰৈ থকা অৱস্থা
எடுத்துக்காட்டு :
এই খুটাটোৰ সহায়ত চালিখন টিকি আছে
ஒத்த சொற்கள் : ৰৈ থকা