பொருள் : দলিত ্বর্গৰ সদস্য
எடுத்துக்காட்டு :
চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
ஒத்த சொற்கள் : দলিত ব্যক্তি
பொருள் : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
எடுத்துக்காட்டு :
বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
ஒத்த சொற்கள் : পদদলিত
பொருள் : যি দৰিদ্র আৰু পীড়িত
எடுத்துக்காட்டு :
চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত