பொருள் : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
எடுத்துக்காட்டு :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
ஒத்த சொற்கள் : অধিকাৰী
பொருள் : যিজনে দাবী কৰে
எடுத்துக்காட்டு :
কিশোৰীলালৰ মাটিৰ দাবীদাৰ তেওঁৰ ভতিজা হৈ পৰিল