பொருள் : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল
எடுத்துக்காட்டு :
মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে
ஒத்த சொற்கள் : ডালচেনি
பொருள் : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়
எடுத்துக்காட்டு :
কেৰেলাত দালচেনিৰ খেতি কৰা হয়