பொருள் : যিজনে ধনু লৈ থাকে
எடுத்துக்காட்டு :
ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
ஒத்த சொற்கள் : ধনুর্ধৰ
பொருள் : ধনু ধাৰণ কৰোতা
எடுத்துக்காட்டு :
মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
ஒத்த சொற்கள் : ধনুর্ধৰ