பொருள் : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে
எடுத்துக்காட்டு :
এই কেঁচুৱাটোৰ নাড়ী পকিছে
ஒத்த சொற்கள் : উদৰাবর্ত, নাই, নাড়ি, নাড়ী, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিস্থল