பொருள் : বসন্ত কালত ৰঙা-কমলা ৰঙৰ ফুল ফুলা ঢপলা-ঢপল পাতৰ এজোপা গছ, এই ফুল ফাকুৱাতো ব্যৱহাৰ কৰা হয়:এই বাগিচাখনত পলাশ গছেই বেছিকৈ আছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : পলাশ গছ
பொருள் : পলাশ গছৰ পৰা প্রাপ্ত ফুল
எடுத்துக்காட்டு :
তেওঁ ্পলাশেৰে সৰস্বতীৰ পূজা কৰে
ஒத்த சொற்கள் : কিংশুক