பொருள் : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
எடுத்துக்காட்டு :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
பொருள் : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
எடுத்துக்காட்டு :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
ஒத்த சொற்கள் : পীৰা