பொருள் : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি
எடுத்துக்காட்டு :
নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে
பொருள் : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি
எடுத்துக்காட்டு :
কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে
பொருள் : ঘোষণা কৰোতা
எடுத்துக்காட்டு :
আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল
ஒத்த சொற்கள் : ঘোষক
பொருள் : প্রচাৰ কৰোতা
எடுத்துக்காட்டு :
এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে