பொருள் : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
எடுத்துக்காட்டு :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
ஒத்த சொற்கள் : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
பொருள் : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
எடுத்துக்காட்டு :
যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
ஒத்த சொற்கள் : মুখ্য