பொருள் : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য
எடுத்துக்காட்டு :
পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল
ஒத்த சொற்கள் : হৰতাল
பொருள் : আৱদ্ধ হৈ থকা
எடுத்துக்காட்டு :
পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়
ஒத்த சொற்கள் : আৱদ্ধ
பொருள் : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি
எடுத்துக்காட்டு :
ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে