பொருள் : প্রথমৰ পৰা শেষলৈকে হোৱা এনেকুৱা এখন খেল যʼত খেলৰ হৰা-জিকা আছে
எடுத்துக்காட்டு :
শ্যামে হাৰি-হাৰি অৱশেষত বাজিটো জিকিল
பொருள் : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
எடுத்துக்காட்டு :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
ஒத்த சொற்கள் : চাল