உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সংসদৰ দ্বাৰা অধিনিয়ম গৃহীত কৰা কার্য
எடுத்துக்காட்டு : ইয়াৰ বিধান অতি জৰুৰী
ஒத்த சொற்கள் : আইন
பொருள் : কার্য ্কৰাৰ ৰীতি বা প্রণালী
எடுத்துக்காட்டு : সংসাৰত সকলো বিধিৰ বিধান অনুসৰি চলে
பொருள் : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়
எடுத்துக்காட்டு : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে
ஒத்த சொற்கள் : অধিনিয়ম, আইন, আইন-কানুন, কানুন, বিধি
நிறுவு