பொருள் : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
எடுத்துக்காட்டு :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
ஒத்த சொற்கள் : বিৰহ
பொருள் : কোনো সংখ্যাৰ পৰা কোনো সংখ্যা আঁতৰোৱা কার্য
எடுத்துக்காட்டு :
বিয়োগ কৰাৰ পিছত উত্তৰ চাৰি হʼল