பொருள் : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
எடுத்துக்காட்டு :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
ஒத்த சொற்கள் : বেঙেনা গছ
பொருள் : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
எடுத்துக்காட்டு :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে