பொருள் : কোনো বস্তু সম্পূর্ণৰূপে জ্বলি যোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ
எடுத்துக்காட்டு :
গাঁৱত কিছুমান লোকে ছাইৰে বাচন-বর্তন মাজে
ஒத்த சொற்கள் : ছাই
பொருள் : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
எடுத்துக்காட்டு :
জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
ஒத்த சொற்கள் : ভস্মীভূত