பொருள் : পানী উতলালে ধোঁৱাৰ দৰে দেখা ওপৰলৈ উঠি যোৱা সৰু-সৰু জলকণিকা
எடுத்துக்காட்டு :
জেমছ ৱাটে পোনপ্রথম ভাপ শক্তিৰ আৱিষ্কাৰ কৰিছিল
ஒத்த சொற்கள் : বাষ্প
பொருள் : জুইৰ তাপ
எடுத்துக்காட்டு :
ছুলাটোৰ কাষত বহাৰ কাৰণে ভাপ লাগি আছে